লামডিং ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
নামনিমুৱা 15626 নম্বৰৰ আগৰতলা দেওগড় এক্সপ্রেছৰ পৰা জব্দ
ৰে’লখনৰ AC ডবাৰ পৰা জব্দ ১ কুইণ্টল ১৭ কেজি গাঞ্জা
গাঞ্জাসহ আটক ৮ জন সৰবৰাহকাৰী
লামডিং RPF, CID, গুৱাহাটীৰ স্কৰ্ট দলৰ অভিযানত জব্দ
ধৃত চাজিদ আনচাৰী, এমডি ফৰহান, মহম্মদ ৰিজৱান আনচাৰী
ধৃত মহম্মদ নাজিৰ আনচাৰী, মহম্মদ ইৰচাড আনচাৰী
ধৃত আনকেইজন মহম্মদ চটু আনচাৰী, আজগৰ আৰু মহম্মদ আজাম
আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি
জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ১২ লাখ টকা