অসম

বোকাজানৰ খটখটিত জব্দ ২কোটি টকাৰ হেৰ’ইন

Asomiya Pratidin
  • বোকাজানৰ খটখটিত জব্দ ২কোটি টকাৰ হেৰ’ইন

  • এখন বাহনৰ পৰা জব্দ ২৪টা হেৰ’ইনভৰ্তি চাবোনৰ বাকচ

  • মণিপুৰৰ পৰা সৰবৰাহ কৰাৰ সময়তে জব্দ বাহনখন

  • আৰক্ষীয়ে আটক কৰে ছাবিৰ আহমেদ নামৰ সৰবৰাহকাৰীটোক