প্ৰতীকি ফটো
প্ৰতীকি ফটো EI MUHURTAR KHABAR
অসম

ডবকাত চাঞ্চ্যলকৰ ঘটনা: হঠাৎ অসুস্থ অৰ্ধ শতাধিক শিশু...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ডবকাৰ আশ্রয় শিবিৰত চাঞ্চ্যলকৰ ঘটনা ।

•হঠাৎ অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক শিশু ।

•শৌচ, বমি, মূৰ ঘূৰণিত আক্রান্ত শিশুকেইটা ।

•আটাইকেইটা শিশুৰে বয়স ডেৰ বছৰৰ পৰা ৬ বছৰৰ ভিতৰত ।

•অসুস্থ শিশুকেইটাক চিকিৎসালয়লৈ প্রেৰণ ।