ডিব্ৰুগড়

ডিব্রুগড়ৰ ৰাজপথত গুলীচালনাৰ ঘটনা

Asomiya Pratidin
  • ডিব্রুগড়ৰ ৰাজপথত গুলীচালনাৰ ঘটনা

  • নিৰ্মীয়মান বাইপাছৰ জাইকা নামৰ ধাবাৰ সন্মুখত এই ঘটনা

  • এখন বলেৰ’ বাহনত অহা আৰোহীয়ে চলালে দুজাঁইকৈ শূন্যলৈ গুলী

  • কৌশিক গগৈ নামৰ লোকজনৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ

  • কৌশিক গগৈৰ ঘৰ মৰাণৰ মাহমৰাত

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত