ধুবুৰী

বিলাসী বাহনত মানুহৰ পৰিৱৰ্তে গৰুঃ আটক সৰবৰাহকাৰী...

Asomiya Pratidin
  • গৌৰীপুৰত বিলাসী বাহনৰ পৰা জব্দ ৫টাকৈ গৰু ।

  • স্থানীয় ৰাইজে সৰবৰাহকাৰীক কৰায়ত্ত কৰি উত্তম–মধ্যম সোধায় ।

  • গৰু কঢ়িয়াই অনা বাহনখনৰ ক্ষতিসাধন কৰে উত্তেজিত একাংশই ।

  • পথচাৰীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰোতে খেদি খেদি জব্দ বাহনখন ।

  • গৰুসহ সৰবৰাহকাৰী ৰফিকুল আলীক গতাই দিয়ে গৌৰীপুৰ আৰক্ষীক ।