ধুবুৰী

ধুবুৰীৰ ছাগলীয়াত আৰক্ষীৰ অভিযান

Asomiya Pratidin
  • ধুবুৰীৰ ছাগলীয়াত আৰক্ষীৰ অভিযান

  • এখন ট্রাকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ জব্দ

  • WB-51-C-5398 নম্বৰৰ ট্রাকসহ জব্দ নিচাজাতীয় সামগ্রীখিনি

  • ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক আটক

  • পশ্চিম বংগৰ পৰা অসমত প্রৱেশৰ সময়ত জব্দ