road accident
road accident road accident
ধেমাজি

চিলাপথাৰ-পুকীয়া পথত ভংয়কৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • চিলাপথাৰ-পুকীয়া পথত ভংয়কৰ পথ দুৰ্ঘটনা

  • দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক

  • বুধবাৰে সন্ধিয়া চিলাপথাৰ দিশে থকা অৱস্থাত কোনো অচিনাক্ত বাহনে খুন্দিয়াই যুৱকজনক

  • ফলত থিতাতে মৃত্যু হয় স্কুটি আৰোহী যুৱকজন

  • নিহত যুৱকজনৰ নাম অশোক বাসুমতাৰী (৩২)

  • চিলাপথাৰ বামগাঁৱৰ নিহত অশোক বাসুমতাৰী

  • ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।