ধেমাজি

প্ৰচণ্ড ধুমুহাত গছ পৰি থিতাতে নিহত এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত শুকুবাৰে বিয়লি ৩.০০ মান বজাত প্ৰচণ্ড ধুমুহা-বৰষুণ । ধুমুহা বৰষুণৰ পৰা হোৱা ফলত ঠায়ে ঠায়ে গছ ভাঙি যোগাযোগ ব্যাহত হৈ পৰিছে ।

লগতে ধেমাজি প্ৰেছ ক্লাৱ আৰু ধেমাজি আৰক্ষী অধীক্ষকৰ আবাসগৃহৰ সন্মুখত এজোপা প্ৰকাণ্ড গছ ভাঙি এজন বাইক আৰোহী থিতাতে নিহত হৈছে । নিহত ব্যক্তিজনৰ নাম পিটি আৰন্ধৰা(৪৮) । ঘৰ ধেমাজি জিলা নিলখত ৷ লগতে এজনৰ গুৰুতৰভাৱে আহত হৈছে