ধেমাজি

ধেমাজিত খাদ্যত বিষক্ৰিয়া : ২৪গৰাকী অসুস্থ

Asomiya Pratidin
  • ধেমাজিত জন্মাষ্টমীৰ প্রসাদ খাই অসুস্থ ২৪ জনকৈ লোক

  • দক্ষিণ ধেমাজিত সংঘটিত হৈছে এই ঘটনা

  • আক্রান্তসকল শলিকুছি কোচ, চান্দনি, শলিকুছি অয়েঙীয়া গাঁৱৰ

  • আক্রান্তসকলক ধেমাজি অসামৰিক চিকিৎসাৱলয়ত ভৰ্তি

  • পেটৰ বিষ, বমি আৰু মূৰৰ বিষত আক্রান্ত লোকসকল।