অসম

বিলাসীপাৰাৰ খুদিগাঁৱৰ টিলাপাৰাত অগ্নিকাণ্ড

Asomiya Pratidin
  • বিলাসীপাৰাৰ খুদিগাঁৱৰ টিলাপাৰাত অগ্নিকাণ্ড

  • মাছুম আলী নামৰ এজন লোকৰ বাসগৃহত এই অগ্নিকাণ্ড

  • অগ্নিকাণ্ডত প্রায় ২ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত

  • অগ্নিকাণ্ড সূত্রপাতৰ কাৰণ জানিব পৰা হোৱা নাই