- বান বিধ্বস্ত বৰাকলৈ নামি আহিছে আন এক সংকট।
- বৰাক উপত্যকালৈ যোৱা স্থল পথ, ৰে'ল পথ ধ্বসং কৰাৰ পিছত পুনৰ এন এক গুৰুত্বপূৰ্ণ পথো ধ্বংস হোৱাৰ খবৰ আহিছে।
- বৰাকৰ পানীয়ে ভাঙিলে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ।
- ফলত শিলচৰ- মিজোৰামৰ যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰিল।
- বৰাক নদীৰ পানী বৃদ্ধি পোৱাৰ ফলত ন ন অঞ্চল প্লাবিত হৈছে।
- বুধবাৰে প্লাবিত হ'ল দক্ষিণ শিলচৰ আৰু নিউ শিলচৰৰ বিস্তীৰ্ণ অঞ্চল।