- মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ।
- গনেশগুৰিৰ হেঙেৰাবাৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
- পথত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
- স্থানীয় লোকে প্রত্যক্ষ কৰে লোকজনৰ মৃতদেহ।
- মৃতব্যক্তিজনক মাণিকনগৰৰ দীপাংকৰ বৰা বুলি চিনাক্ত কৰা হৈছে।
- কিয় আৰু কেনেকৈ তেওঁৰ মৃত্যু হ'ল দীপাংকৰৰ সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
- মৰণোত্তৰ পৰীক্ষাৰ বাবে দীপাংকৰৰ মৃতদেহ লৈ যোৱা হৈছে জি এম চি এইছলৈ।
- আৰক্ষীৰ তদন্তৰ অন্তত হে এই সম্পৰ্কে জানিব পৰা যাব।