- বঙাইগাঁৱত উদ্ধাৰ মৃতদেহ।
- পানীত উপঙি থকাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
- উদ্ধাৰ হোৱা মৃতদেহটো অমিত ঘোষ নামৰ এজন লোকৰ বুলি চিনাক্ত।
- বঙাইগাওঁ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা অমিত ঘোষ।
- বুধবাৰৰ সন্ধিয়াৰ ভাগৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল অমিত ঘোষষ
- বঙাইগাওঁ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।
- তেওঁৰ কিদৰে মৃত্য হ'ল সেই বিষয়ে সবিশেষ তথ্য এতিয়াও প্ৰকাশ পোৱা নাই।
- আৰক্ষীৰ তদন্ততহে অমিতৰ মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।