খনামুখত উদ্ধাৰ অচিনাক্ত মৃতদেহ..
খনামুখত উদ্ধাৰ অচিনাক্ত মৃতদেহ.. 
অসম

খনামুখত উদ্ধাৰ অচিনাক্ত মৃতদেহ..

Asomiya Pratidin
  • জামুগুৰিহাটৰ খনামুখ নেৱাৰ বস্তিত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

  • পথৰ দাঁতিত উদ্ধাৰ হৈছে এই মৃতদেহ।

  • স্থানীয় লোকে পুৱা পথৰ দাঁতিত প্ৰত্যক্ষ কৰে এই মৃতদেহ।

  • উদ্ধাৰ হোৱা মৃতদেহটো আদিবাসী সম্প্ৰদায়ৰ যুৱকৰ বুলি সন্দেহ।

  • আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে মৃতদেহ।

  • মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে হাস্পতাললৈ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।