দৰং

বানৰ কবলত গৰুখুটি বহুমুখী কৃষি প্ৰকল্প

Asomiya Pratidin
  • দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প বানৰ কবলত

  • ওখ ঠাই বিচাৰি ফুৰিছে গিৰ গাই আৰু গাহৰিয়ে

  • গৰুখুটিৰ খেতিপথাৰ এতিয়া সম্পূৰ্ণ পানীৰ তলত

  • ভদীয়া বানে তচনচ কৰিলে কৃষি প্ৰকল্পটো

  • ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীৰ ফলত সৃষ্টি হৈছে এই অৱস্থা ।