ELECTION COMMISSION OF INDIA
ELECTION COMMISSION OF INDIA
দৰং

অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াক দৰঙৰ নতুন নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি

Asomiya Pratidin
  • অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াক দৰঙৰ নতুন নিৰ্বাচনী বিষয়া (ভাৰপ্ৰাপ্ত) হিচাপে নিযুক্তি।

  • পূৰ্বৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক সহ আয়ুক্ত হিচাপে নিযুক্তি।

  • নিৰ্বাচন আয়োগৰ এক নিৰ্দেশনাযোগে কাৰ্যকৰী হৈছে এই আদেশ।