- অসমত আকৌ ৫৬৯৯জন কোৰোনাত আক্ৰান্ত।
- অসমত কোৰোনাত আক্ৰান্তৰ ভিতৰত ৫৭০জন কামৰূপ মেট্ৰ'ৰ, ৪৮৪জন ডিব্ৰুগড়ৰ, ৪৭৩জন কাচাৰৰ আৰু ৪১৭জন নগাঁৱৰ।
- ৰাজ্যত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত সংখ্যা ৩৮৬৮৭০জনলৈ পাইছে বৃদ্ধি।
- ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৬২৬৬জন লোক।
- আনহাতে, দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৯০জন লোকে হেৰুৱাই প্ৰাণ।
- ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫২৮৮৪জন ৰোগী।