অসম

সাংসদ অজিত ভূঞাৰ সৈতে মুঠ ১৪ জনৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ...

Asomiya Pratidin
  • সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু।

  • মুখ্যমন্ত্রী তদাৰকী শাখাই ৰুজু কৰিলে গোচৰ।

  • অজিত ভূঞাৰ উপৰিও আন কেইবাগৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

  • গোচৰৰ তালিকাত আছে মুঠ ১৪ জন লোকৰ নাম।

  • অভিযুক্ত ১৪ জনৰ ভিতৰত আছে এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰা, হেমন্ত দত্তৰ নামো।

  • বিশেষ ন্যায়াধীশৰ আদালতত তদাৰকী কোষে ৰুজু কৰিলে এই গোচৰ।