বঙাইগাঁৱত ৰে'লৰ খুন্দাত মাতৃ, কন্যাসহ তিনি গৰাকী নিহত...
বঙাইগাঁৱত ৰে'লৰ খুন্দাত মাতৃ, কন্যাসহ তিনি গৰাকী নিহত... 
বঙাইগাঁও

বঙাইগাঁৱত ৰে'লৰ খুন্দাত মাতৃ, কন্যাসহ তিনি গৰাকী নিহত...

Asomiya Pratidin
  • বঙাইগাঁৱত অঘটন।

  • ৰে'লৰ খুন্দাত নিহত তিনিজন।

  • বঙাইগাওঁ চহৰৰ কাষৰীয়া কুজিয়া নৈৰ সেতুত এই অঘটন।

  • নিহত তিনিওহগৰাকী একেটা পৰিয়ালৰ সদস্য।

  • নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে তিনিও।

  • নিহতসকলৰ ভিতৰত আছে মাতৃ আৰু কন্যা।

  • নিহত মাতৃগৰাকীৰ নাম কল্পনা বৰ্মন।

  • নিহত কল্পনা বৰ্মনৰ কন্যা প্ৰিয়া বৰ্মন।

  • অৱশ্যে উদ্ধাৰ হোৱা নাই আনগৰাকী নিহতৰ পৰিচয়।