বঙাইগাঁও

যোগীঘোপাত দ খাৱৈত পৰি কৰুণ মৃত্যু ডেৰ বছৰীয়া শিশুৰ

Asomiya Pratidin
  • শিশু দিৱসৰ দিনাই যোগীঘোপাত শিশুৰ কৰুণ মৃত্যু।

  • দ খাৱৈত পৰি মৃত্যু এটি ডেৰ বছৰীয়া কণমানিৰ।

  • কুমাৰকটাৰ এটা ইটা ভাটাত এই শোকাৱহ ঘটনা।

  • মৃত কণমানিটিৰ নাম কাশিনুৰ ৰহমান।

  • শিশুটিৰ মাতৃয়ে কাম কৰি থকাৰ সময়তে সংঘটিত এই ঘটনা।