উৎকোচ লৈ হাত দাঙিলে বঙাইগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে...
উৎকোচ লৈ হাত দাঙিলে বঙাইগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে... 
বঙাইগাঁও

উৎকোচ লৈ হাত দাঙিলে বঙাইগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে...

Asomiya Pratidin
  • উৎকোচ লৈ পুনৰ হাত দাঙিলে এজন চৰকাৰী কৰ্মচাৰীয়ে।

  • বঙাইগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত হাত দাঙিলে এইজন কৰ্মচাৰীয়ে।

  • উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষয়াজনৰ নাম সুভাষ দৈমাৰী।

  • সুভাষ দৈমাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক।

  • ভিজিলেন্স এণ্ড এণ্টি কৰাপচনে আটক কৰিছে কৰ্মচাৰীজনক।

  • এগৰাকী ব্যক্তিৰ পৰা বাহনৰ পলিউচন চেণ্টাৰৰ কম্পিউটাৰ লিংক আনব্লক কৰাৰ নামত বিচাৰিছিল ধন।

  • উৎকোচ হিচাপে ধন লোৱাৰ সময়তে আটক কৰে কৰ্মচাৰীজনক।