- মহানগৰীৰ চানমাৰিত মৃতদেহ উদ্ধাৰ।
- উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ।
- চানমাৰি অভিযান্ত্রিক প্রতিষ্ঠানৰ সমীপত উদ্ধাৰ মৃতদেহটো।
- যুৱকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
- নাক আৰু মুখৰ পৰা ফেন ওলাই থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
- একাংশই ড্ৰাগছ আসক্ত হৈয়ে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।
- ঘটনাস্থলীত উপস্থিত চানমাৰি আৰক্ষী