- বৰপেটাত উদ্ধাৰ হৈছে এটা মৃতদেহ।
- বৰপেটাৰ হাউলীৰ ইটাৰভিঠাত উদ্ধাৰ হৈছে মৃতদেহটো।
- উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ।
- ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত উদ্ধাৰ মৃতদেহটো।
- মৃত যুৱকজনৰ ডিঙিত বন্ধা আছে এডাল তাঁৰ।
- মৃতদেহটো নিশা পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
- বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয়।
- ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।