কোকৰাঝাৰত বিষাক্ত কাঠফুলা খাই অসুস্থ চাৰিজন

কোকৰাঝাৰত বিষাক্ত কাঠফুলা খাই অসুস্থ চাৰিজন
  • কোকৰাঝাৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰি চাৰিজন অসুস্থ ।
  • অসুস্থ চাৰিওজনকে ফকিৰাগ্ৰাম চিকিৎসালয়ত ভৰ্তি ।
  • অসুস্থ লোক কেইজন মনাকোছা গাঁৱৰ সোনাথি ব্ৰহ্ম , বানু ব্ৰহ্ম , অলংবাৰ ব্ৰহ্ম আৰু যদুমণি গাঁৱৰ ধজেন ৰায় ।
  • জংঘলৰ পৰা বুটলি অনা কাঠফুলা খাই অসুস্থ্য হৈ পৰে লোককেইজন ।
  • চাৰিওজনকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in