বড়োলেণ্ড

ওদালগুৰিত যাত্ৰীবাহী ৰে'লৰ চেপাত মহিলা নিহত

Asomiya Pratidin
  • ওদালগুৰি ৰে'ল ষ্টেচনত অঘটন।

  • যাত্ৰীবাহী ৰে'লৰ চেপাত মহিলা নিহত।

  • উজনিমুৱা ৰঙিয়া-ডেকাৰগাওঁ যাত্ৰীবাহী ৰে'লৰ চেপাত মহিলাগৰাকী নিহত হয়।

  • মহিলাগৰাকীৰ নাম এম. দৈমাৰী বুলি জানিব পৰা গৈছে।

  • মহিলাগৰাকীৰ ঘৰ ঢেকীয়াজুলিত।