বড়োলেণ্ড

কোকৰাঝাৰত চলন্ত ৰে’লৰ পৰা পৰি তেজপুৰৰ যুৱতী নিহত

Asomiya Pratidin
  • কোকৰাঝাৰত চলন্ত ৰে’লৰ পৰা পৰি নিহত এগৰাকী যুৱতী

  • কোকৰাঝাৰ ৰে’ল ষ্টেচনত সংঘটিত এই ঘটনা

  • ৰে’লৰ পৰা জঁপিয়াই নামিবলৈ চেষ্টা কৰোতে মৃত্যু হয় যুৱতীগৰাকীৰ

  • নিহত যুৱতীগৰাকী তেজপুৰৰ বুলি চিনাক্ত

  • যুৱতীগৰাকীৰ সৈতে জঁপিয়াই আহত হয় এজন যুৱকো

  • নামনিমুৱা শৰাইঘাট এক্সপ্রেছযোগে কোকৰাঝাৰলৈ গৈছিল যুৱতীগৰাকী।