চিৰাঙত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত দুজন...
চিৰাঙত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত দুজন... 
বড়োলেণ্ড

চিৰাঙত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত দুজন...

Asomiya Pratidin
  • চিৰাঙৰ বৰিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত নিহত হৈছে এজন।

  • আনহাতে গুৰুতৰভাৱে আহত দুজন।

  • নিহত লোকজন বঙাইগাঁৱৰ চুপাৰিগুৰিৰ ফৰহাদ আলী।

  • আহত দুজন ক্ৰমে মহিদুল ইছলাম আৰু মন্দিপ বসুমতাৰী।

  • আহত দুয়োকে চিকিৎসালয়লৈ প্রেৰণ।