বড়োলেণ্ড

গ্ৰেপ্তাৰ বড়োলেণ্ড জনজাতি সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতিক

Asomiya Pratidin
  • আটক কৰা হৈছে বড়োলেণ্ড জনজাতি সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতিক

  • কি গোচৰত আটক কৰিছে সেইয়া অৱগত কৰা নাই আৰক্ষীয়ে

  • নিশা ২.৩০ বজাত নিজা বাসগৃহৰ পৰা আটক দাওৰেব দ্ৰেখেব নাৰ্জাৰীক

  • আটক বড়োলেণ্ড ঠিকাদাৰ সংস্থাৰ সভাপতি বিক্ৰম দৈমাৰীকো

  • আৰক্ষী থানালৈ গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে মাতি আটক কৰাৰ অভিযোগ নাৰ্জাৰীৰ পৰিয়ালৰ