বড়োলেণ্ড

বিফলতা ! কীটনাশক দ্রৱ্য সেৱন কৰি ছাত্রীয়ে ল'লে চৰম সিদ্ধান্ত...

Asomiya Pratidin
  • বাক্সাৰ শালবাৰীত অঘটন।

  • কীটনাশক দ্রৱ্য সেৱন কৰি আত্মহত্যা এগৰাকী ছাত্রীৰ।

  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে সংঘটিত কৰে এই ঘটনা।

  • ছাত্রীগৰাকী শালবাৰীৰ মৈৰাঝাৰৰ।

  • ঘটনা সংঘটিত হোৱাৰ লগে লগে ছাত্রীগৰাকীক হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।