আজিৰে পৰা বড়ো সাহিত্য সভাৰ অধিবেশনঃ বতৰে দিছে বাধা, কাৰ্যসূচীত হৈছে সালসলনি...
আজিৰে পৰা বড়ো সাহিত্য সভাৰ অধিবেশনঃ বতৰে দিছে বাধা, কাৰ্যসূচীত হৈছে সালসলনি... User
বড়োলেণ্ড

আজিৰে পৰা বড়ো সাহিত্য সভাৰ অধিবেশনঃ বতৰে দিছে বাধা, কাৰ্যসূচীত হৈছে সালসলনি...

Asomiya Pratidin
  • বড়ো সাহিত্য সভাৰ অধিবেশনত বতৰৰ বিধিপথালি ।

  • কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ হোৱাৰ কথা আছিল বড়ো সাহিত্য সভাৰ অধিৱেশন।

  • জিলাখনৰ পাটগাঁৱত সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিবেশন।

  • পুৱা ৯:০০ বজাৰ পৰাই সভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা আছিল ।

  • বতৰৰ বিজুগতিৰ বাবে সভাৰ কাৰ্যসূচীত সালসলনি।

  • নিশা অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত অধিবেশনস্থলীত বিস্তৰ ক্ষতি ।

  • ক্ষতি হৈছে মূল পেণ্ডেল, স্বেচ্ছাসেৱকৰ শিৱিৰ, ভোজনালয় কক্ষ আদিৰ।

  • বতৰৰ বিধিপথালিৰ বাবে পুৱাৰ পৰিৱৰ্তে বিয়লিৰ পৰা আৰম্ভ হ'ব সভাৰ অধিবেশন ।

  • অধিবেশনস্থলীত পুৱতি নিশাৰ পৰাই যুদ্ধংদেহি গতিত পুনৰ চলিছে মেৰামতিৰ কাম।