বকোত দুখন বাইক দুৰ্ঘটনাঃ দুজন নিহত...
বকোত দুখন বাইক দুৰ্ঘটনাঃ দুজন নিহত... 
অসম

বকোত দুখন বাইক দুৰ্ঘটনাঃ দুজন নিহত...

Asomiya Pratidin
  • বকোত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।

  • এই দুৰ্ঘটনাত নিহত দুজন লোক।

  • নিহত লোক দুজন ৰূপজ্যোতি বড়ো আৰু জয়দেৱ ৰাভা।

  • বকোৰ শিংৰা শালনীত সংঘটিত হৈছে এই ঘটনা।