অধ্যয়ন নহয়, বৰপেটা মেডিকেল কলেজত দালালি কৰিছে একাংশ ছাত্ৰইঃ এজনক গ্ৰেপ্তাৰ...
অধ্যয়ন নহয়, বৰপেটা মেডিকেল কলেজত দালালি কৰিছে একাংশ ছাত্ৰইঃ এজনক গ্ৰেপ্তাৰ...  
বৰপেটা

অধ্যয়ন নহয়, বৰপেটা মেডিকেল কলেজত দালালি কৰিছে একাংশ ছাত্ৰইঃ এজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • বৰপেটা মেডিকেল কলেজত ছাত্রৰ দালালি।

  • মেডিকেল কলেজখনৰ ফিজিঅ’থেৰাপীৰ ছাত্র জড়িত হৈছে দালালি কাৰ্যত।

  • ছাত্রজনৰ বিৰুদ্ধে ৰোগীক পৰীক্ষাৰ নামত দালালিৰ অভিযোগ ।

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দালালিত জড়িত ছাত্ৰজনক।

  • গ্ৰেপ্তাৰ হোৱা ছাত্ৰজনৰ নাম মিনহাজুদ্দিন।

  • এগৰাকী ৰোগীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালালিত জড়িত থকা ছাত্ৰজনক।