অসম

চিৰাঙৰ বিজনীত এটা বন্যহস্তীৰ পোৱালী উদ্ধাৰ

Asomiya Pratidin
  • চিৰাঙৰ বিজনীত এটা বন্যহস্তীৰ পোৱালী উদ্ধাৰ

  • খুংখ্রাঝোৰাৰ নিৱাসী এজন লোকৰ ৰান্ধনী ঘৰত উদ্ধাৰ হাতী পোৱালীটো

  • মানস ৰাষ্ট্রীয় উদ্যানৰ পৰা হাতীৰ জাকৰ সৈতে পোৱালীটো অহাৰ আশংকা

  • বন বিভাগৰ কুকলুং ৰেঞ্জৰ লোকে উদ্ধাৰ কৰে হাতী পোৱালীটো