অসম

অসম প্ৰদেশ কংগ্ৰেছৰ হেল্প লাইন নম্বৰ মুকলি

Asomiya Pratidin
  • অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে মুকলি কৰিছে এটি সহায়ক নম্বৰ।

  • ভোটাৰ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে এই নম্বৰ।

  • দেশজুৰি চলি থকা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে ভোটাৰ ৰাইজৰ সহায়ৰ বাবে এই হেল্প লাইন নম্বৰটি মুকলি কৰা হৈছে।

  • ৰাইজৰ বাবে মুকলি কৰা নম্বৰটি হৈছে ৭০০২০৮৭০৭৩ ।