অসম

ৰৌতাত আৰক্ষীৰ এনকাউন্টাৰৰ বলি নিৰ্দোষী কৃষক

Asomiya Pratidin
  • ৰৌতাৰ ডকাইত এনকাউণ্টাৰৰ ঘটনাৰ বিস্ফোৰক তথ্য পোহৰলৈ

  • আৰক্ষীৰ গুলীত নিহত হোৱা লোকজন নাছিল কেনাৰাম বড়ো

  • আৰক্ষীৰ গুলীত নিহত ডিম্বেশ্বৰ মুছাহাৰী নামৰ লোকজন

  • ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে দাবী কৰিছে এই কথা

  • শুকুৰবাৰে সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা