লখিমপুৰ মৈদমীয়াত ভয়ংকৰ ঘটনা।বিয়াৰ ৰভাতলীতে হত্যা এজনক।ডেগাৰেৰে হানি-খুঁচি হত্যা এজনক।দিনৰ কাজিয়াৰ পোতক তুলিবলৈ নিশা সংঘটিত কৰিলে এই হত্যাকাণ্ড।লুডুখেলৰ পৰা কাজিয়াৰ সূত্রপাত।সম্প্রতি পলাতক হত্যাকাৰী আটজত আলী।.ক্লিক কৰি পঢ়কঃ 'আলফালৈ কাপুৰুষ সকলহে গৈছে'- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা