- মহানগৰীত পুনৰ অগ্নিকাণ্ড।
- জু-ৰোডৰ লখিমী নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ।
- হাউচ নম্বৰ-৩০ ত সংঘটিত হৈছে এই ঘটনা।
- চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হৈছে এই ঘটনা।
- লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত অগ্নিকাণ্ডত।
- অগ্নি নিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।
- এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই।
- ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আটংই বিৰাজ কৰিছে।