অসম

তেজপুৰত সেনাৰ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ হত্যাৰ গোচৰত

Asomiya Pratidin
  • হত্যাৰ গোচৰত গ্রেপ্তাৰ সেনাৰ চতুৰ্থ কৰৰ শীৰ্ষ বিষয়া

  • জনসম্পৰ্কৰক্ষী বিষয়া লে. কৰ্নেল অমৰিন্দৰ সিং ৱালিয়াক গ্রেপ্তাৰ

  • চাংসাৰি আৰক্ষীয়ে তেজপুৰ আৰক্ষীৰ সহযোগত গ্রেপ্তাৰ কৰে

  • তেজপুৰৰ সেনাৰ চতুৰ্থ কৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্রেপ্তাৰ বিষয়াগৰাকীক