অসম

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

Asomiya Pratidin
  • এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ দল চতিয়াত ৷

  • চতিয়াস্থিত নদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ দল অভিযান ৷

  • নদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল আৰফদ আলম বৰাক আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷

  • কাৰ্যালয়ৰ কাষতে থকা এখন হোটেলত উৎকোচ লোৱাৰ সময়তে আটক লাট মণ্ডলগৰাকী ৷

  • ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত অব্যাহত ৰাখিছে জেৰা ৷

  • এই মুহূৰ্তলৈকে সাংবাদিকৰ দলক ভিতৰত প্ৰৱেশত বাধা অৰোপ ৷