dangor khabar
dangor khabar  
অসম

মাজুলীত পাৰ্কুপাইনত খুন্দা মাৰি বিকল ফেৰী

Asomiya Pratidin
  • মাজুলীত পাৰ্কুপাইনত খুন্দা মাৰি বিকল ফেৰী

  • এছ বি বৈষ্ণৱী নামৰ ফেৰীখন আৱদ্ধ ব্রহ্মপুত্রত

  • কমলাবাৰীৰ পৰা নিমাতিলৈ ৰাওনা হৈছিল ফেৰীখন

  • প্রচণ্ড কুঁৱলীৰ বাবে ফেৰীখনে খুন্দা মাৰে পাৰ্কুপাইনত

  • শতাধিক যাত্রীসহ ব্রহ্মপুত্রত আৱদ্ধ এছ বি বৈষ্ণৱী

  • তিনিখন চাৰিচকীয়া বাহনসহ প্রায় ৩০খন বাইক আছিল ফেৰীখনত