অসম

গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ আন এক অভিযুক্ত

Asomiya Pratidin
  • ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ এজন অভিযুক্তক গ্রেপ্তাৰ

  • গ্রেপ্তাৰ শুভ্রজিৎ বৰুৱা নামৰ ছাত্রনেতাজনক

  • নিশা টিংখাঙৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে শুভ্রজিৎ বৰুৱাক

  • ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল ছাত্রনেতাজন