bijon mahajan
bijon mahajan  
অসম

জিনছ পিন্ধি অহা বাবেই আদালতৰ পৰা উলিয়াই দিলে অধিবক্তা বিজন মহাজনক,

Asomiya Pratidin

ডিজিটেল ডেস্ক: আদালতৰ পৰা উলিয়াই দিলে অধিবক্তা বিজন মহাজনক। জিনছ পিন্ধি আদালতত হাজিৰ হৈছিল অধিবক্তাগৰাকী।

তাৰ পাছতেই এক নিৰ্দেশযোগে ন্যায়াধীশে উলিয়াই দিলে আদালত চৌহদৰ পৰা অধিবক্তা গৰাকীক। আৰক্ষীৰ দ্বাৰা আদালতৰ চৌহদৰ পৰা উলিয়াই দিয়া হ'ল বিজন মহাজনক।

gauhati high court order

ইতিমধ্যে ন্যায়ধীশ গৰাকীয়ে বিষয়টো সন্দৰ্ভত মুখ্য ন্যায়ধীশক অৱগত কৰিছে। পৰৱৰ্তী সময়ত মুখ্য ন্যায়ধীশ গৰাকীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰে নেকি সেয়া লক্ষণীয় হ'ব।

আৰু পঢ়ক: Save Ladakh: -২০ ডিগ্ৰী চেলচিয়াছত সোনম ৱাংচুকৰ ৫ দিনীয়া অনশন