অসম

নতুন শৰাইঘাট দলঙত দুৰ্ঘটনা

Asomiya Pratidin
  • নতুন শৰাইঘাট দলঙৰ ওপৰত দুৰ্ঘটনা

  • দলঙৰ ৰেলিঙত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় এখন পাঞ্জাৱবডী ট্ৰাক

  • পুৱতি নিশা কুৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সম্ভাৱনা

  • ইয়াৰ ওপৰিও সচৰাচৰ অত্যাধিক বেগত চলাচল কৰা প্ৰত্যক্ষ হয় এই ট্ৰাক সমূহ

  • সৌভাগ্যবশত: দুৰ্ঘটনাটিৰ ফলত কোনো লোক আহত হোৱা নাই বৰ্তমানলৈকে