- লণ্ডনৰ পৰা ভাৰতলৈ ঘূৰাই অনা হ'ব ডাঃ মুকুল হাজৰিকাক।
- ডাঃ মুকুল হাজৰিকাকে অভিজিৎ অসম বুলি সন্দেহ কৰি অহা হৈছে।
- অভিজিৎ অসম সম্পৰ্কত অনুপ চেতিয়াৰ প্রতিক্রিয়া।
- অভিজিৎ অসম ভাৰতলৈ ঘূৰি অহাটো সহজ নহয়।
- অভিজিৎ অসম এক কাল্পনিক চৰিত্র।
- ডাঃ মুকুল হাজৰিকাৰ লগত মই কেইবাবাৰো মিলিত হৈছো।
- ডাঃ মুকুল হাজৰিকাৰ যথেষ্ট বয়স হৈছে।
- হাজৰিকাৰ বাবে কাৰাগাৰত থকাটো সহজ নহয়।
- আলফাৰ লগত কিমানদূৰ আলোচনা হৈছে মই নাজানো।
- আলফা আলোচনালৈ অহাটো মই বিচাৰো।
- আলফাত নতুনকৈ যুৱক-যুৱতীৰ যোগদান সন্দৰ্ভতো প্রতিক্রিয়া অনুপ চেতিয়াৰ।
- জাতীয়তাবাদ বিহীনভাৱে সশস্ত্র সংগ্রাম কোনেও কৰিব নোৱাৰে।
- বিভিন্ন সমস্যাৰ বাবে আলফালৈ গৈছে যুৱক-যুৱতীসকল।
- তৈল ক্ষেত্রত আলফাৰ কূটাঘাত সম্পৰ্কে মই নাজানো।
- আলফাই কি পৰিকল্পনা কৰিছে সেইটো কেৱল তেওঁলোকেহে জানে।