হাউলীৰ ইটাৰভিঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ…

হাউলীৰ ইটাৰভিঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ…
  • বৰপেটাত উদ্ধাৰ হৈছে এটা মৃতদেহ।
  • বৰপেটাৰ হাউলীৰ ইটাৰভিঠাত উদ্ধাৰ হৈছে মৃতদেহটো।
  • উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ।
  • ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত উদ্ধাৰ মৃতদেহটো।
  • মৃত যুৱকজনৰ ডিঙিত বন্ধা আছে এডাল তাঁৰ।
  • মৃতদেহটো নিশা পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
  • বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয়।
  • ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in