অসম

এবছুৰ কেন্দ্ৰীয় সমিতি গঠন

Asomiya Pratidin
  • নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ কেন্দ্ৰীয় সমিতি গঠন

  • সভাপতি আৰু সাধাৰণ সম্পাদক পদত অধিস্থিত হৈছে ক্ৰমে দ্বিপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী

  • সংগঠনটোৰ ৫৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন চলি আছে ৰৌতাত

  • অধিৱেশনখনিৰ আজি পুৱাৰ কাৰ্যসূচী আছিল অন্তিম প্ৰতিনিধি সভা

  • ইয়াৰ পাছতে সংগঠনটোৰ নতুন সমিতিখন গঠন কৰা হয়।