অসম

ওদালগুৰিত আৰক্ষীৰ গুলিত নিহত এজন ডকাইত

Asomiya Pratidin
  • আৰক্ষীৰ গুলিত নিহত এজন ডকাইত

  • আৰক্ষীৰ সম্ভেদ পাই এটা ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে

  • ৰৌতাৰ দৈফাং- নলবাৰীৰ ওচৰত সংঘটিত হয় ঘটনাটো

  • ডকাইতজনৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল

  • দুজন আৰক্ষীৰ লোক আহত হৈছে

  • নিহত ডকাইতজনৰ নাম কেনাৰাম বড়ো বুলি জানিব পৰা গৈছে ।