অসম

মাকুম চীনাপট্টীত হেৰ’ইনসহ আটক ৪ যুৱক

Asomiya Pratidin
  • মাকুম চীনাপট্টীত হেৰ’ইনসহ আটক ৪ যুৱক।

  • মাকুম আৰক্ষীৰ অভিযানত আটক যুৱক ৪জনক।

  • এখন চাৰিচকীয়া বাহনেৰে অৰুণাচল অভিমুখে গৈ থকা সময়তে আটক।

  • আটক: ঋষভ শ্রীবাস্তৱ, আদৰেশ্বৰ বৰুৱা, ৰহিম ৰাজখোৱা, ৰুবুল মৰাণ।

  • জব্দ কৰা হেৰ’ইনখিনি ওজন ৭৯.৪৮ গ্রাম হ'ব বুলি জানিবলৈ দিয়ে।