অসম

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ঘোষণা দৰং জিলা প্ৰশাসনৰ…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ শাকতোলা নদীৰ মঠাউৰী ভঙাৰ ফলত মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বানপানীৰ কৱলত পৰিছে । সেয়েহে জিলা প্ৰশাসনে সাময়িক ভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনিয়াত বন্ধ ঘোষণা কৰে দৰং জিলা প্ৰশাসনে। পুনিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সলনি গুৱাহাটী- তেজপুৰ অভিমুখী গাড়ীসমূহ ফুটকি তলি-দিঘিৰপাৰ- জনাৰামচক হৈ আউলা চৌকাৰে চলিব পাৰিব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰে।