শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান…

শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান…
  • ইদ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান।
  • শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ইন্দ্ৰাণী মুখাৰ্জী।
  • ২০১৫ চনৰ পৰাই তেওঁ কাৰাগাৰৰ ভিতৰত আছিল।
  • প্ৰাক্তন মিডিয়া কাৰ্যবাহী আছিল ইন্দ্ৰাণী মুখাৰ্জী।
  • উচ্চতম ন্যায়ালয়ে তেওঁক প্ৰদান কৰিলে জামিন।
  • দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ বাবেই তেওঁক প্ৰদান কৰিলে জামিন।
  • আনহাতে ২০১৭ চনত কাৰাগাৰৰ ভিতৰত সংঘটিত হোৱা এক দাঙ্গাৰ গোচৰতো তেওঁক জামিন প্ৰদান কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in